প্ৰদ্বীপ
প্ৰদ্বীপ
চাকি , তেল আৰু শলিতা
পাইছানে বাৰু প্ৰকৃত পোহৰ
আৱশ্যক মাথো এটি
ফিৰিঙতি আৰু সংযোগ
তেতিয়াহে পোৱা যাব
প্ৰকৃত পোহৰ .....
- কমল নাথছাৰ
চাকি , তেল আৰু শলিতা
পাইছানে বাৰু প্ৰকৃত পোহৰ
আৱশ্যক মাথো এটি
ফিৰিঙতি আৰু সংযোগ
তেতিয়াহে পোৱা যাব
প্ৰকৃত পোহৰ .....
- কমল নাথছাৰ
Comments
Post a Comment