কিছু ধাৰণা

এনেই জাল খন পানীত পেলাই দি পুখুৰীৰ মাছবোৰ পাবলৈ কৰা চেষ্টাত তাৰ গোটাচেৰেক হে পোৱা যাব ।আনহাতে ভাল খাদ্য পানীত  ছটিয়াই যদি জাল পেলোৱা হয় আগৰবাৰত কৈ অধিক মাছ পাব পৰা যাব । ঠিক তেনেদৰে সকলোৰে তোমাৰ ওপৰত আগ্ৰহ পাবলৈ হ'লে নিজৰ মাজত তুমি ভাল গুণবোৰ প্ৰকাশ ঘটোৱাটোৱেই উৎকৃষ্ট ।।

    Concept:Nayandeep kalita

          ***************************


গাহৰি অলপ ল'লো
চিগাৰেট ডাল ল'লো
ভাত একাঁহি ল'লো
অসমীয়া দেকাৰ ষ্টাৰ্টাৰ পেক


  ৰচক: নয়নদ্বীপ কলিতা



@ মনোজ


            

Comments