Happy Valentine's Day
অনুভবৰ দলিছাতেই জানো জীয়াই ৰখা নাই জীৱনৰ পোৱা নোপোৱাৰ তালিকা । কি পালোঁ কি নাপালোঁ সেইবোৰ ভাবি থাকিলে এই সুন্দৰ জীৱনটো উপভোগ কৰিব কোনে । কি জানা...জীৱন এনেদৰেই । হৃদয়ৰ অনুভূতি বোৰ প্ৰকাশ কৰাৰ দৰে যে আনন্দ একোৱেই হব নোৱাৰে । তাকেই বাছি লৈছোঁ । এই সৰু কাহিনীটোৰ জড়িয়তে সেই অনুভৱকেই প্ৰকাশ কৰিব বিচাৰিছোঁ । তোমাক Happy Valentine's Day
Comments
Post a Comment