শব্দৰ গুঞ্জন
~সুদূৰত বিলীন হৈ যোৱা চৰাই জাকেও যেন দিব খোজে তুমি মোৰ হৃদয় দখল কৰাৰ বতৰা !
~ তুমি মোৰ ...নিয়মৰ অস্তৰাগ,
তুমি মোৰ ,ভাৱনাৰ সন্ত্ৰাসবাদ,
তুমি, অনুৰাগৰ প্ৰকাশ
তুমি , অভিমানৰ আকাশ
~ তোমাৰ সুৰৰ ৰাগিয়ে মোক
বাৰে বাৰে সকীয়াই দিয়ে মোৰ
লিখনিত ৰৈ যোৱা শব্দৰ ভূমিকা !
Comments
Post a Comment