হেঁপাহ canvas

এয়াইটো আছিল আমাৰ সপোন ; জীৱনৰ নানাৰঙী ছবিবোৰৰ এক ব্যতিক্ৰমী পৰিৱেশন । এই কাহিনীৰ মাজতেই নিহিত হৈ থাকে একোটা জীৱন আৰু কবিতাই বোৱাই নিয়ে অনুভূতিৰ জোৱাৰ । এই কাহিনীবোৰ;  কিছুমান যদি ৰঙীন , কিছুমান বিষাদৰ । কিছুমান যদি হাঁহিৰ , কিছুমান আকৌ কান্দোনৰ ! কাহিনীৰ নাই কোনো সীমনা ; পৰাপাৰহীন ! হয়, এয়া আপোনাৰেই কাহিনী , আমাৰ কাহিনী  । য'ত বিচাৰি পাওঁ আমি নিজক ! এয়া আমাৰ সপোনৰ দিশে প্ৰথম খোজ ।  আহকচোন , আমাৰ সৈতে এই যাত্ৰাৰ সমভাগি হওঁক ।

Comments