এমহীয়া
অনুভৱৰ দলিছাতেই প্ৰাণ পাই উঠে একো একোটা সপোনে । মনৰ নিজনকোণত অনবৰতে দোলা দি থকা সেই অনুভূতিবোৰৰ প্ৰকাশৰ মাধ্যমো বিভিন্ন । আৰু আশাই আমাৰ সপোনবোৰক সদায় জীপাল কৰি ৰখাত প্ৰেৰণা জগায় ! একোটা কবিতা , কাহিনী অথবা গানৰ মাজেৰে মনৰ সুন্দৰ অনুভৱবোৰ প্ৰকাশৰ বাবে চিন্তা কৰি সেইদিনা আমি আশাক এটি ৰূপ দিবলৈ চেষ্টা কৰিলোঁ ; সেয়াই আছিল 'হেঁপাহ canvas ' ! কাৰণ সময় কম , সপোন বহুত বেছি ! শেষত , আমাক প্ৰতিপলে উৎসাহ যোগোৱা , সঁহাৰি জনোৱা আপোনালোক সকলোলৈ আমাৰ হৃদয়ংগম ধন্যবাদ !
Comments
Post a Comment