বৰষুণ

বৰষুণ ...
   অনুভৱৰ
   ৰাগেৰে বান্ধি দিয়া সপোন 

নিচুকনি ...
    গাবলৈ আহিবানে কাষৰতে

নীলিম নীলিম , অকাশখনিৰ 
   শুভ্ৰ শুভ্ৰ মেঘৰ মিলন 
সেউজ সেউজ ভাৱনাৰে
  জিনিব পাৰিনে হৃদয় গধুৰ ...

Comments