অপ্ৰত্যাশিত

কাৰ উজ্জ্বলতাত আজি 
   ঈৰ্ষান্বিত তুমি !
হঠাৎ , কিহৰ উদ্বিগ্নতা এয়া !
 হৃদয়ৰ সন্ধান কৰিব খুজিলে 
কি পথেৰে নো তুমি আগবাঢ়িবা ? 
বুজা নাই ;
    এইবোৰ কিছুসময়ৰ 
আবেগ নে ভ্ৰম !
সচাকৈ , এটি জটিল সাঁথৰ 
  এই জীৱন 
' অপ্ৰত্যাশিত '


~মনোজ

Comments