ঠিকনা
আৰু কিমান দূৰ কমল ?
সৌৱা পালোহিয়েই বন্ধু, সেয়া পানীৰে উপচি পৰা ধাননি পথাৰ বোৰ যে দেখিছা ,তাতেই মোৰ গাঁওৰ ঠিকনা !
এই পথাৰৰ আধা বগা আধা সেউজীয়া ৰংটো তুমি প্রায় ১২ মাহেই দেখিবা !
কিনো কৰিবা , এয়াই আমাৰ দশা !
প্ৰতি বছৰে নতুনৰ আশা কৰিও অৱশেষত হাতত পৰে কেৱল নিৰাশা ।
Comments
Post a Comment