মনৰ কথা

সপোন সেই ফুলবোৰৰ আঁৰত লুকাই থকা সেউজীয়াবোৰৰ দৰে, কিছু অস্পষ্ট, কিছু প্ৰশস্ত ! যি আমাক গোটেই জীৱনটো খেদি ফুৰে ; যাৰ অবিহনে জীৱনটো অৰ্থহীন ! যেনেকৈ, সেই সেউজীয়াখিনিৰ অবিহনে ফুলৰ উজ্জ্বলতা সসীম...


~ মনোজ

Comments