একাপ কফি
"...এফালে একাপ কফিৰ আভাস আৰু আনফালে তাইৰ ভাৱত বিহ্বল মন । হয়তো, এই মধুৰ মুহূৰ্তটো সাঁচি ৰখাৰ অপ্ৰাণ চেষ্টা নাইবা হ'ব লগা স্মৃতিবোৰৰ এক অনুপম গাঁথা । হয়তো, পৰাপাৰহীন আনন্দৰ জোৱাৰ নতুবা কিছু বৃথাৰ প্ৰকাশ । মাজে মাজে কিছুমান বেবেৰিবাং কথাৰ গভীৰ আলাপ ; আৰু এটি চিনাকি সুৰৰ গুঞ্জন ।এইবোৰ যথেষ্ট আছিল, জীপাল কৰি তুলিবলৈ এই নিৰিবিলি সন্ধিয়াটো ! আৰু নজনাকৈয়ে, ভাৱনাৰ একোটা দৃশ্যপট ভাঁহি ৰৈছিল আমাৰ দুচকুত..."
~ মনোজ
Comments
Post a Comment